ভােটাৰ পৰিচয় পত্ৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা…

ৰাজ্যবাসীৰ বাবে এক জৰুৰী খবৰ।

ভোটাৰ কাৰ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ ৰায়।

সলনি হ’ব বৰ্তমানৰ ভোটাৰ কাৰ্ড।

নতুন ফটোযুক্ত ভোটাৰ কাৰ্ডত প্ৰযোজ্য হ’ব পিতৃ/স্বামীৰ নাম।

ইয়াৰ বাবে অসমৰ ৬ নং প্ৰ-পত্ৰ সংগ্ৰহ সংযোজন।