ভাল খবৰ! ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ এথলেটিকছত স্বৰ্ণজয় অসমৰ অম্লান বৰগোহাঁইৰ …

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ এথলেটিকছত স্বৰ্ণজয় অসমৰ অম্লান বৰগোহাঁইৰ।

কেৰালাৰ কালিকতত চলি আছে সৰ্বভাৰতীয় ফেডাৰেচন কাপ এথলেটিকছ।

দেশৰ আগশাৰীৰ ফেডাৰেচন কাপ এথলেটিকছ চেম্পিয়নশ্বীপৰ ফাইনেলত প্ৰৱেশ কৰিছিল অসমৰ হিমা দাস আৰু অম্লান বৰগোহাঁইয়ে।

প্ৰতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰৰ ফাইনেলত অংশ লয় হিমা দাসে।

আনহাতে পুৰুষৰ ২০০ মিটাৰত অংশ ল’ব আম্লান বৰগোহাঁয়ে।

Image

পুৰুষৰ ২০০ মিটাৰ দৌৰত অম্লানে লাভ কৰে স্বৰ্ণ পদক।

২০.৫২ ছেকেণ্ডত ২০০ মিটাৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় অম্লানে।

লগতে চাওকঃ

বিয়াৰ এমাহ নৌহওঁতেই পথ দুৰ্ঘটনাই কাঢ়ি নিলে কংকনৰ প্ৰাণ…

G3 5
ভাল খবৰ! ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ এথলেটিকছত স্বৰ্ণজয় অসমৰ অম্লান বৰগোহাঁইৰ ... 3

Leave a Comment