fbpx
অসম

ভাল খবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসমৰ শিশু বিজ্ঞানী শিৱানী সৃষ্টি লহকৰ…

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসমৰ শিশু বিজ্ঞানী৷

গুজৰাটত অনুষ্ঠিত সদ্য সমাপ্ত ‘ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-২০২২’ত ১৬টা শ্ৰেষ্ঠ প্ৰকল্পৰ ভিতৰত অসমৰ দুটা প্ৰকল্পই স্থান লাভ কৰিছে।

এই প্ৰকল্প দুটা হ’ল-

১) শিৱানী সৃষ্টি লহকৰ আৰু দেৱাংশী সাহা (শোণিতপুৰ জিলা)ৰ “Awareness on household Kitchen Waste Management and Eco-friendly Dyeing of Textile using Kitchen Waste”

২) তন্ময় ভৰালী আৰু তৰঙ্গিনী বৰা (শিৱসাগৰ জিলা)ৰ “A Study on Life Style of Spider and its Role in Ecosystem”

পাকঘৰৰ আৱৰ্জনা নিষ্কাশন, অনুকূল পৰিৱেশ প্ৰস্তুতৰ প্ৰকল্প আগবঢ়াইছিল শিৱানীয়ে৷

ছেইণ্ট যোচেফ কনভেণ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী৷

আনহাতে তন্ময় ভৰালী আৰু তৰংগিনী বৰা দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!