ভাল খবৰ! ৰাষ্ট্ৰীয় ক্ৰীড়াত দ্বিতীয়টো স্বৰ্ণ জয় অসম সন্তান অম্লান বৰগোহাঁইৰ…

পূজাৰ আনন্দ উল্লাসৰ মাজতে আন এক ভাল খবৰ।

নেচনেল গেমছত অসম সন্তানে লাভ কৰিছে বৃহৎ কৃতিত্ব।

image 36
ভাল খবৰ! ৰাষ্ট্ৰীয় ক্ৰীড়াত দ্বিতীয়টো স্বৰ্ণ জয় অসম সন্তান অম্লান বৰগোহাঁইৰ... 3

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীয়াত অসম সন্তান অম্লান বৰগোহাঁইৰ দ্বিতীয়টো সোণৰ পদক অৰ্জন।

পুৰুষৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় অসমৰ অম্লান বৰগোহাঁইৰ।

২১.১২ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় অম্লানে।

image 35
ভাল খবৰ! ৰাষ্ট্ৰীয় ক্ৰীড়াত দ্বিতীয়টো স্বৰ্ণ জয় অসম সন্তান অম্লান বৰগোহাঁইৰ... 4

ইয়াৰ পূৰ্বে পুৰুষৰ ১০০ মিটাৰ দৌৰতো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল অম্লান বৰগোহাঁইয়ে।

অম্লানে ১০০ মিটাৰ দৌৰত ১০.৩৮ ছেকেণ্ডত সম্পূৰ্ণ কৰি অৰ্জন কৰিছিল সোণৰ পদক।