ভাল খবৰ! লোক-কৃষ্টিৰ সাধক একলব্য গামলৈ ২০২২ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা…

নিউজ ডেস্কঃ ২০২২ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ।

এইবাৰ একলব্য গামলৈ আগবঢ়োৱা হৈছে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা।

ধেমাজিৰ লোক-কৃষ্টিৰ নীৰৱ সাধক একলব্য গাম।

২৭ ডিচেম্বৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু তিথিত গুৱাহাটীত এই বঁটা প্ৰদান কৰা হ’ব একলব্য গামক।