
নিউজ ডেস্কঃ ভূপালত অনুষ্ঠিত এলাইট ওমেনছ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত উজ্বলিল অসম কন্যা অংকুশিতা বড়ো।
প্ৰতিযোগিতাত অংশ লৈ ৰূপৰ পদক অৰ্জন অংকুশিতাৰ।
ইফালে একেখন প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে লাভলীনা বৰগোহাঁইয়ে।
১৯ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ষষ্ঠ সংখ্যক এলাইট ওমেনছ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ।