fbpx
অসমীয়াঅসম

ভাল খবৰ! প্ৰথমবাৰৰ বাবে অসমলৈ আহিব জন নায়কৰূপে পৰিচিত অভিনেতা চনু সুদ, ভাগ ল’ব…

নিউজ ডেস্কঃ পোন প্ৰথমবাৰৰ বাবে অসমলৈ আহিব যশস্বী অভিনেতা তথা জনতাৰ নায়ক চনু সুদ।

২ মাৰ্চত অসমৰ কোকৰাঝাৰলৈ আহিব অভিনেতাগৰাকী।

কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেশ্যনেল ন’লেজ ফেষ্টিভেলত অংশ ল’বলৈ আহিব চনু সুদ।

এয়া হ’ব তেওঁৰ প্ৰথম উত্তৰ-পূব ভ্ৰমণ।

উত্তৰ-পূবলৈ আমন্ত্ৰণ লাভ কৰি যথেষ্ট সুখী বুলি মন্তব্য অভিনেতাগৰাকীৰ।

উল্লেখ্য যে, কোভিড কালত লাখ লাখ দৰিদ্ৰ ভাৰতীয়ৰ কাষত থিয় হৈ জন নায়কৰূপে পৰিচিত হৈছিল অভিনেতা চনু সুদ।

Related Articles

Back to top button