অসম
ভাল খবৰ! এলাইট স্ক্ৰেটচ ৰেচত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিলে অসমৰ যুৱতীয়ে…

ক্ৰীড়াৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ এবাৰ জিলিকিল অসমৰ নাম।
মহিলাৰ এলাইট স্ক্ৰেটচ ৰেচত ভাৰতৰ হৈ ব্ৰঞ্জৰ মেডেল কঢ়িয়াই আনিলে অসমৰ যুৱতীয়ে।
নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৪১ সংখ্যক এছিয়ান চিনিয়ৰ চাইকেলিং ট্ৰেক চেম্পিয়নশ্বিপত মহিলাৰ এলাইট স্ক্ৰেটচ ৰেচত ভাৰতৰ হৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ জীয়ৰী চয়নিকা গগৈয়ে।
ব্যক্তিগত শাখাত ভাৰতৰ হৈ ব্ৰঞ্জৰ মেডেল কঢ়িয়াই আনিলে অসমৰ প্ৰতিভাশাৰী চাইক্লিষ্ট চয়নিকা গগৈয়ে।
ইয়াৰ পূৰ্বে দলীয় শাখাটো নাম উজ্বলাইছিল চয়নিকাই।
প্ৰতিভাশাৰী চাইক্লিষ্ট চয়নিকাৰ ঘৰ গহপুৰত।