অসম
ভাল খবৰ! আজিৰে পৰা অসমৰ আকাশত উৰিব পৱনহংসৰ বিমান…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।
আজিৰে পৰা অসমৰ আকাশত উৰিব পৱনহংসৰ বিমান।
উড়ান আঁচনিৰ অধীনত ৬ টাকৈ স্থানলৈ চলিব এই সেৱা।
ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব এই সেৱা।
প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা।