fbpx
অসমীয়াঅসম

ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰতে বাগৰি পৰিল ক্ৰেটা বাহন, কথমপি প্ৰাণৰক্ষা চালকৰ…

নিউজ ডেস্কঃ চতিয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

সোমবাৰে মেটেৰাগাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে এখন ক্ৰেটা বাহন।

দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা চালকজনৰ।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত হোৱা এআৰ ০১পি ৮২৮৯ নম্বৰৰ বাহনখন ইটানগৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!