অসম

ভয়ংকৰ দুৰ্ঘটনা! ৰে’ল পথ পাৰ হ’ব লওঁতেই তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে এখন অ’টো…

এক ভয়ংকৰ দুৰ্ঘটনা।

ৰে’ল পথ পাৰ হ’ব লওঁতেই তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে এখন অ’টো।

জোনাইত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

মুৰ্কংচেলেক এক্সপ্রেছে মহটিয়াই নিলে এখন অ’টো।

ডেকা গাঁৱৰ পৰা মুৰ্কংচেলেক অভিমুখে আহিছিল ৰে’লখন।

ধেমাজিৰ চিগাত সংঘটিত হৈছে এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটো।

দুৰ্ঘটনাগ্ৰস্ত অটোখনৰ নম্বৰ AS22 C7582।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে অ’টোখনৰ চালকজনৰ।

জানিব পৰামতে, অট’খনে ৰে’ল পথ পাৰ হ’ব লওঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

Related Articles

Back to top button