অসম

ভয়ংকৰ দুৰ্ঘটনা! যাত্ৰীবাহী মেজিক আৰু অ’টোৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজনকৈ লোক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী মেজিক আৰু অ’টোৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজনকৈ লোক।

ধেমাজিৰ চমৰাজান পানীতোলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত দুজনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে আন ৫ জনকৈ যাত্ৰী।

নিহত লোক দুজন লাও কাদং আৰু হেমন্ত টাইড বুলি জানিব পৰা গৈছে।

আহত লোক সকলক ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related Articles

Back to top button