ভয়ংকৰ দুৰ্ঘটনা! বাঁহ কঢ়িয়াই নিয়া ট্ৰেক্টৰ দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত এজন লোক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাঁহ কঢ়িয়াই নিয়া ট্ৰেক্টৰ দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত এজন লোক।

বাক্সাৰ গোলাগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে এজন লোক।

মৃতত লোকজন বাক্সা জিলাৰ পশ্চিম গোলাগাঁৱৰ কুশল দাস বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত শিমলা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।