fbpx
অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যোৱা বাছ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যোৱা বাছ।

ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

48

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনলৈ যাত্ৰী কঢ়িয়াই নিয়া AS-12-AC-2463 নম্বৰৰ যাত্ৰীবাহী বাছখন চিচিবৰগাঁও চাৰিআলিৰ কেঁকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

জানিব পৰা মতে, বাছখনে পথৰ দাঁতিত থকা গাৰ্ড প’ষ্ট ভাঙি কাষত থকা নৰ্দমাত সোমাই ৰৈ যায়। বাছখনত পুৰুষ–মহিলাকে ধৰি ৪০ গৰাকী যাত্ৰী আছিল।

সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোৰ ফলত কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই।

লগতে চাওকঃ চাঞ্চল্যকৰ! টিউশ্যনলৈ যাম বুলি ঘৰত ফাঁকি দি ওলাই আহি সন্ধানহীন দশম শ্ৰেণীৰ দুই ছাত্ৰী, হাহাকাৰ পৰিয়ালত…

2 4

Related Articles

Back to top button