fbpx
অসম

ভয়ংকৰ দুৰ্ঘটনা! দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত কেইবাজনো…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত কেইবাজনো লোক।

জোনাইৰ জামজিংস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, চিলাপথাৰ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী উইংগাৰ আৰু বিপৰীত দিশৰ পৰা অহা এখন বলেন’ গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাত দুখন বাহনত থকা কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

আহত লোকসকলক লগে লগে স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related Articles

Back to top button