অসম

ভয়ংকৰ দুৰ্ঘটনা! দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুই চালক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুই চালক।

তেজপুৰৰ বৰঘাট দেৱেন্দ্ৰ নগৰত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো।

ফলত থিতাতে নিহত হৈছে দুয়োখন ডাম্পাৰৰে চালক।

দুৰ্ঘটনাৰ ফলত আন দুজন লোক গুৰুতৰভাৱে আহত হৈছে।

জীয়াভৰলীৰ পৰা বালি মাটি কঢ়িয়াই আনিছিল ডাম্পাৰ দুখনে।

Related Articles

Back to top button