fbpx
অসম

ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী বাইকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল চাইকেল আৰোহীৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰবেগী বাইকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল চাইকেল আৰোহীৰ।

নিহত চাইকেল আৰোহীজন লখেশ্বৰ আংতে বুলি জানিব পৰা গৈছে।

শোণিতপুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খনামুখত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

জানিব পৰামতে, AS12A D4612 নম্বৰৰ তীব্ৰবেগী বাইকখনে এজন চাইকেল আৰোহীক খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!