অসম

ভয়ংকৰ দুৰ্ঘটনা! টেম্প আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত কেইবাজনো আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

টেম্প আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত কেইবাজনো আহত।

হাজো-দৌলাশাল পথৰ মুকালমুৱাত সংঘটিত এই দুৰ্ঘটনাটো।

পথ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ৫ জনকৈ লোক।

টেম্প আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত আহত হয় ক্ৰমে, আলমিনা খানম, তাইজুদ্দিন আলী, চাহেদ আলী, মফিজুৰ ৰহমান আৰু মাইজানো আহত।

গুৰুতৰভাৱে আহত ৩ জনক GMCHলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button