ভয়ংকৰ দুৰ্ঘটনা! উজনিমুৱা এক্সেপ্ৰেছে মহতিয়ালে এখন ডাম্পাৰ, থিতাতে নিহত চালক…

এক ভয়ংকৰ দুৰ্ঘটনা।

উজনিমুৱা এক্সেপ্ৰেছে মহতিয়ালে এখন ডাম্পাৰ।

জামুগুৰিৰ সমীপৰ টেঙানীৰ খকন্দগুৰিত উজনিমুৱা এক্সেপ্ৰেছে মহতিয়াই নিয়ে ডাম্পাৰখন।

উজনিমুৱা অৱধ এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হয় ডাম্পাৰৰ চালকজন।

দুৰ্ঘটনাত পতিত ডাম্পাৰখনৰ নম্বৰ AS03 BC2565।

বৰ্তমানলৈকে মৃত ট্ৰেক্টৰ চলকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

উন্মুক্ত ৰে’ল ক্ৰছিঙৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে সদৰি কৰে।