অসম

ভয়ংকৰ ঘটনা! নাৰ্চৰ ভুলৰ বাবে গৰম তেলে পুৰিলে দেৱ শিশুক…

এক ভয়ংকৰ ঘটনা।

পুনৰ বিতৰ্কত মঙলদৈ অসামৰিক চিকিৎসালয়।

এইবাৰ নৱজাতকৰ গাত পৰিল গৰম তেল।

নাৰ্ছৰ গাফিলতিত গৰম তেলে পুৰিলে দেৱশিশুক।

মঙলদৈ অসামৰিক চিকিৎসালয়খনৰ ICUত সংঘটিত হৈছে এই অঘটন।

শিশুটিৰ দেহ, মুখমণ্ডল পুৰিলে গৰম তেলে।

জানিব পৰা মতে, নাৰ্চে শিশুটিৰ ওপৰত থকা লাইটত গৰম কৰিছিল নাৰিকলৰ তেল।

ঘটনাটো সদৰী নকৰিবলৈ পৰিয়ালক হেঁচা নাৰ্ছৰ।

Related Articles

Back to top button