ভয়ংকৰ ঘটনা! জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান (জে’ল)হেমন্ত লোহিয়াক হত্যা…

জম্মু-কাশ্মীৰত ভয়ংকৰ ঘটনা।

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান (জে’ল)ক হত্যা।

নিশা বাসগৃহতে DG (JAIL) হেমন্ত লোহিয়াক হত্যা।

জম্মুৰ উদয়ৱালাৰ বাসভৱনত নিশা মৃত অৱস্থাত উদ্ধাৰ লোহিয়াৰ মৃতদেহ।

বিষয়াজনক হত্যা TRF নামৰ উগ্ৰপন্থী সংগঠনৰ। ইতিমধ্যে হত্যাৰ দায়িত্ব স্বীকাৰ The Resistange Front (TRF)ৰ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়তে সংঘটিত হৈছে এই ঘটনা।

সোমবাৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে জম্মু-কাশ্মীৰত আছে অমিত শ্বাহ।

এই ঘটনাৰ পাছতে নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।