fbpx
অসম

ভয়ংকৰ অঘটন! অসাৱধান বশতঃ কুঁৱাত পৰি মৃত্যুক সাৱটিলে এগৰাকী মহিলাই…

এক ভয়ংকৰ অঘটন।

অসাৱধান বশতঃ কুঁৱাত পৰি মৃত্যুক সাৱটিলে এগৰাকী মহিলাই।

মৃত্যু হোৱা মহিলাগৰাকী বাসন্তী বড়ো বুলি জানিব পৰা গৈছে।

ছিপাঝাৰৰ গণেশকুঁৱৰীত সংঘটিত হৈছে এই অঘটন।

কন্যাৰ ঘৰৰ পৰা উভতি আহোতে অসাৱধান বশতঃ কুঁৱাত পৰে মহিলাগৰাকী।

কন্যাৰ চিঞৰ শুনি ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ।

নিশা SDRF-এ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ।

Related Articles

Back to top button