fbpx
অসম

বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান অসুস্থ, গুৰুতৰ অৱস্থাত চিকিৎসাধীন…

বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান অসুস্থ।

জটিল ৰোগত আক্ৰান্ত হৈ দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰাক্তন বিধায়কগৰাকী।

বৰ্তমান ভেণ্টিলেটৰত ৰখা হৈছে আব্দুৰ ৰহিম খানক।

জানিব পৰা মতে, মধুমেহ, বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত আব্দুৰ ৰহিম খান।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!