ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰী লিজ ট্ৰাছ…

অৱশেষত ঘোষণা হ’ল ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰীৰ নাম।

image 32
ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰী লিজ ট্ৰাছ… 5

দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্ত পেলাই ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা হ’ল ‘লিজ ট্ৰাছ’ৰ নাম।

image 33
ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰী লিজ ট্ৰাছ… 6

ভাৰতীয় মূলৰ ঋষি চুনাকৰ প্ৰতিদ্বন্দী লিজ ট্ৰাছ বৈদেশিক, কমনৱেল্থ আৰু উন্নয়ন খণ্ডৰ সচিব আছিল।

image 34
ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰী লিজ ট্ৰাছ… 7

প্ৰায় ৮ সপ্তাহজোৰা প্ৰতিদ্বন্দীতাৰ শেষত শুকুৰবাৰে বন্ধ কৰা হৈছিল টৰী লিডাৰশ্বিপ বেলট।

image 35
ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰী লিজ ট্ৰাছ… 8

এইবাৰৰ প্ৰতিদ্বন্দীতা বিশ্বজুৰি চৰ্চা হোৱাৰ অন্যতম কাৰণটো আছিল ভাৰতীয় মূলৰ ঋষি চুনাকৰ প্ৰধান মন্ত্ৰী পদৰ বাবে আগবঢ়োৱা পদক্ষেপ।