Skip to toolbar
Mon. Sep 21st, 2020

দেশৰ সাধাৰণ জনতাৰ বাবে এক বেয়া খবৰ।

অহা মাহৰ পৰা দেশত বৃদ্ধি পাব টিভিৰ দাম।

অক্টোবৰ মাহৰ পৰা দেশত টিভিৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা।

উল্লেখ্য যে, হ্ৰাস কৰা ৫শতাংশ আমদানি শুক্লৰ ম্যাদ চলিত মাহত অন্ত পৰিব।

অবশ্যে বিত্ত মন্ত্ৰণালয়ে আনুষ্ঠানিকভাৱে লোৱা নাই কোনো সিদ্ধন্ত।