বৃদ্ধি পালে গাখীৰৰ মূল্য! ১ মাৰ্চৰ পৰা ২ টকাকৈ দাম বাঢ়িব আমূল গাখীৰৰ দাম…

বৃদ্ধি পালে গাখীৰৰ মূল্য।

১ মাৰ্চৰ পৰা ২ টকাকৈ দাম বাঢ়িব আমূল গাখীৰৰ দাম।

আমূল কোম্পানীয়ে বৃদ্ধি কৰিব আমূল ব্ৰেণ্ডৰ গাখীৰৰ মূল্য।

সমগ্ৰ দেশতে কাৰ্যকৰী হব এই মূল্য।

এতিয়াৰে পৰা আমূল গোল্ডৰ আধা লিটাৰ গাখীৰৰ মূল্য হব ৩০ টকা।

আমূলৰ তাজা পেকেটৰ প্ৰতি আধা লিটাৰত মূল্য হব ২৪ টকা।

লগতে আমূল শক্তিৰ মূল্য হব এতিয়াৰে পৰা প্ৰতি আধা লিটাৰত ২৭ টকা।

ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ জুলাই মাহত বৃদ্ধি কৰিছিল গাখীৰৰ মূল্য।

Leave a Comment