অসম

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত স্থাপন হ’ব ‘এডাল্ট এণ্ড পেডিটিক হেমাটোলিম্ফইড ভৱন’…

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত স্থাপন হ’ব ‘এডাল্ট এণ্ড পেডিটিক হেমাটোলিম্ফইড ভৱন’।

মঙ্গলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত পাঠ কৰা ২০২২-২৩ বৰ্ষৰ বাজেট।

বাজেটে ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ কঢ়িয়াই আনিলে এক ভাল খবৰ।

বাজেটত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত এক হেমাটোলিম্ফাইড ভৱন নিৰ্মাণ কৰাৰ বিষয়ে ঘোষণা কৰা হৈছে।

উল্লেখ্য যে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ডনাৰ মন্ত্ৰালয়ক প্ৰাপ্তবয়স্ক আৰু পেডিটিক হেমাটোলিম্ফইড ভৱন নিৰ্মাণ কৰাৰ বাবে অনুৰোধ জনাইছিল।

প্ৰতিষ্ঠানখনৰ এই অনুৰোধক ৰক্ষা কৰি বাজেটত এই বিষয়ে ঘোষণা কৰা হয়।

এই ভৱনটো নিৰ্মাণ হোৱাৰ লগে লগে এক দীৰ্ঘদিনীয়া অভাৱ দূৰ হ’ব বুলি আশা কৰা হৈছে।

Related Articles

Leave a Reply

Back to top button