fbpx
ৰাষ্ট্ৰীয়

বিৰল ঘটনা! পিতৃ-মাতৃ হোৱাৰ দিশে এহাল তৃতীয় লিংগৰ দম্পতী…

পিতৃ-মাতৃ হোৱাৰ দিশে এহাল তৃতীয় লিংগ দম্পতী।

কেৰেলাৰ কোজিকোডৰ এহাল তৃতীয় লিংগৰ দম্পতীয়ে আনিছে এই আচৰিত খবৰ।

দম্পতীটো হৈছে জীয়া আৰু জাহাদ। দুয়ো বিগত তিনি বছৰ ধৰি সামূহিকভাৱে বাস কৰি আহিছে।

জীয়া আৰু জাহাদ হ’ব ভাৰতৰ প্ৰথম সন্তান জন্ম দিয়া তৃতীয় লিংগ দম্পতী।

জীয়া জন্ম সুত্ৰে পুৰুষ আছিল যদিও মহিলালৈ পৰিৱৰ্তন হয়, আনহাতে জাহাদ জন্ম সূত্ৰে মহিলা আছিল কিন্তু পৰিৱৰ্তন হ’ল পুৰুষলৈ।

দুই দম্পতী সন্তানৰ অভিভাৱক হব মাৰ্চত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!