অসম
বিহুৰ আনন্দৰ মাজতে ব্যৱসায়ীক প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড, ১ কোটি টকাৰ সম্পত্তি ভস্মীভূত…

ভোগালী বিহুৰ আনন্দৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড।
মৰিগাঁৱৰ লাহৰীঘাটত ভয়াৱহ অগ্নিকাণ্ড।
কাঠনি গৰমবজাৰত সংঘটিত এই অগ্নিকাণ্ড।
বজাৰখনৰ ১১খনকৈ দোকান অগ্নিকাণ্ডত ভস্মীভূত।
অগ্নিকাণ্ডত প্রায় ১ কোটি টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সন্দেহ।
স্থানীয় ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত জুই।