fbpx
অসম

বিস্কুট চুৰিৰ অভিযোগত কিশোৰক বেত্ৰাঘাত কৰা আৰক্ষী বিষয়া উপেন্দ্ৰ চন্দ্ৰক নিলম্বন…

ৰাজ্য তোলপাৰ লগোৱা এটা চাঞ্চল্যকৰ ভিডিঅ’।

বিস্কুট চুৰিৰ অপৰাধত এগৰাকী ১৪ বছৰীয়া কিশোৰক উপৰ্যুপৰি প্ৰহাৰ এগৰাকী আৰক্ষী বিষয়াৰ।

লাহৰিঘাটত সংঘটিত এই ঘটনা ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পিছতে লাহৰীঘাট থানাৰ সহকাৰী উপ পৰিদৰ্শক (ASI) উপেন চন্দ্ৰ বৰদলৈক নিলম্বন কৰা হৈছে।

বিশেষ ডিজিপি জি পি সিঙে সদৰি কৰিছে এই কথা।

321 edited

ইপিনে নিশাৰে পৰা সন্ধান নাই কিশোৰটিৰ। নিৰুদ্দেশ হৈ আছে কিশোৰটি।

কিশোৰটিৰ সন্ধান দিবলৈ প্ৰলোভন দিয়াৰো অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে।

আইতাকক নাতিৰ সন্ধান দিলে টকা দিব বুলি অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। ২০০০টকাৰ প্ৰলোভনৰ অভিযোগ লাহৰীঘাট আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

উল্লেখ্য যে বিস্কুট চুৰি কৰাৰ অভিযোগত ১৪ বছৰীয়া কিশোৰটিক থানাৰ ভিতৰত কিশোৰটিৰ ভৰিত বান্ধি থোৱাৰ লগতে নিৰ্বিচাৰে বেত্ৰাঘাত কৰিছিল আৰক্ষীয়ে।

লগতে চাওকঃ

পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ, তাৰ পিছত ঘটিল এই ঘটনা…

G1 36

‘দাম বাঢ়িবই, আপোনালোকৰো দৰমহা বাঢ়িছে…’ মূল্যব্যদ্ধিক লৈ যুক্তি শাসকীয় বিধায়কৰ

G2 29

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!