fbpx
ৰাষ্ট্ৰীয়

বিশ্বকাপ জয়ৰ আশা থমকি ৰ’ল! ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত…

লাখ লাখ অনুৰাগীৰ স্বপ্নভংগ।

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল ভাৰতীয় মহিলা দল।

মহিলা টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত অষ্ট্রেলিয়াৰ হাতত পৰাস্ত ভাৰত।

ভাৰতক ৫ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ অষ্ট্রেলিয়াৰ।

অষ্ট্রেলিয়াই প্রথমে বেট ধৰি সংগ্রহ কৰিছিল ৪ উইকেটত ১৭২ ৰান।

প্রত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত সংগ্রহ কৰে ৮উইকেটত ১৬৭ ৰান।

এই পৰাজয়ৰ লগে লগে লাখ লাখ ভাৰতীয় অনুৰাগী দুখিত হৈ পৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!