বিশিষ্ট নাট্যকৰ্মী তথা সু-অভিনেতা প্ৰবীণ শইকীয়াৰ দেহাৱসান…

বিশিষ্ট নাট্যকৰ্মী প্ৰবীণ শইকীয়াৰ দেহাৱসান।

মালিগাঁৱৰ স্বাগত হাস্পতালত শেষ নিশ্বাস ত্যাগ প্ৰবীণ শইকীয়াৰ।

বুধবাৰে নিশা প্ৰায় ১-৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শইকীয়াই।

প্ৰবীন শইকীয়াই দীৰ্ঘ দিন চিকিৎসাধীন হৈ আছিল।

একেধাৰে নাট পৰিচালক, নাট্যকাৰ, নাট প্ৰশিক্ষক, নাট্যকাৰ, সু-অভিনেতা প্ৰবীন শইকীয়া বাট থিয়েটাৰ, জংগম থিয়েটাৰৰ জৰিয়তে নাট্য ক্ষেত্ৰখনলৈ এক জাগৰন আনিছিল৷

মৃত্যুৰ সময়ত প্ৰয়াত শইকীয়াই অভিনেত্ৰী তথা শিক্ষয়িত্ৰী পত্নী, দুই সন্তানক এৰি থৈ গৈছে ৷

ননৈ সাহিত্য পৰিষদে প্ৰবীন শইকীয়াৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ কৰিছে ৷