বিপদত পৰিল শুকুৰ আলী! প্ৰৱঞ্চনাৰ অভিযােগত ৰাইজে আটক কৰি গতালে আৰক্ষীক

নিউজ ডেস্ক। চৰকাৰী আঁচনিৰ নামত দৰিদ্ৰলােকৰ পৰা টকা লৈ বিপদত পৰিল শুকুৰ আলী।

টকা লৈ আঁচনিৰ সুবিধা নিদিয়াৰ অভিযােগত ৰাইজে আটক কৰি শুকুৰ আলীক গতাই দিলে আৰক্ষীক।

উল্লেখ্য যে বি টি আৰৰ দেৱীতোলা উন্নায়ন খণ্ডৰ মদাতী VCDC ৰ চেয়াৰমেন বুলি পৰিচয় দি শুকুৰ আলী।

শুকুৰ আলী বিভিন্ন জনক বিভিন্ন চৰকাৰী আঁচনিৰ কাম দিয়াৰ নামত লৈছিল ধন ।

G1 12
বিপদত পৰিল শুকুৰ আলী! প্ৰৱঞ্চনাৰ অভিযােগত ৰাইজে আটক কৰি গতালে আৰক্ষীক 2

দৰিদ্ৰ লোকৰ চৰকাৰী আৱাস গৃহৰ ধন আত্মাসাৎ কৰাৰ পৰিপ্ৰেক্ষিততে আজি ৰাইজে শুকুৰ আলীক আটক কৰি জবাবদিহি কৰে।

ইয়াৰ পিছতে তাত উপস্থিত হােৱা আৰক্ষীক চমজাই দিয়ে শুকুৰ আলীক।