বিধায়ক তেৰছ গোৱালাৰ বাসগৃহত অগ্নিকাণ্ড, মূল্যবান সা-সামগ্ৰী ভস্মীভূত…

দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ বাসগৃহত অগ্নিকাণ্ড।

নাওশলীয়াৰ জুটুলীবাৰী বৰহোলা গাঁৱৰ বাসগৃহত অগ্নিকাণ্ড।

বিধায়কগৰাকীৰ বাসগৃহৰ পাকঘৰ আৰু শোৱনি কোঠাত সংঘটিত হয় অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় বহু মূল্যৱান সা-সামগ্ৰী।

ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। 

বৈদ্যুতিক বিজুতিৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।