অসম

বিধায়ক তেৰছ গোৱালাৰ বাসগৃহত অগ্নিকাণ্ড, মূল্যবান সা-সামগ্ৰী ভস্মীভূত…

দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ বাসগৃহত অগ্নিকাণ্ড।

নাওশলীয়াৰ জুটুলীবাৰী বৰহোলা গাঁৱৰ বাসগৃহত অগ্নিকাণ্ড।

বিধায়কগৰাকীৰ বাসগৃহৰ পাকঘৰ আৰু শোৱনি কোঠাত সংঘটিত হয় অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় বহু মূল্যৱান সা-সামগ্ৰী।

ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। 

বৈদ্যুতিক বিজুতিৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।

Related Articles

Back to top button