অসম
বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতেই হঠাৎ মুখ্যমন্ত্ৰী শৰ্মাক দিল্লীলৈ তলব…

বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতেই হঠাৎ দিল্লীলৈ তলব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
মঙ্গলবাৰে দিল্লীত বিজেপি শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে।
জৰুৰী বিষয় আলোচনাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক অমিত শ্বাহে তলব কৰা বুলি জানিব পৰা গৈছে।
বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীক হঠাৎ মাতি পঠিওৱা হৈছে দিল্লীলৈ।
মুখ্যমন্ত্ৰীক এনেদৰে দিল্লীলৈ মাতি পঠিওৱা বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে।
ৰাজ্যৰ শেহতীয়া এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কেন্দ্ৰীয় নেতৃত্বতে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী।