বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে উত্তৰাখণ্ডত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে উত্তৰাখণ্ডত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

শুক্ৰবাৰে এক জনসভাত ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত থাকি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।

হিজাব বিতৰ্কক লৈয়ো কংগ্ৰেছলৈ তীব্ৰ বাক্যবাণ মুখ্যমন্ত্ৰী শৰ্মাৰ।

তেখেতে কয় বিদ্যালয় শিক্ষা গ্ৰহণৰ বাবেহে, ফেশ্বন শ্ব’ৰ বাবে নহয়।

সকলোকে ডাক্তৰ ইঞ্জিয়াৰ আদি বনাব লাগে। কিয় হিজাবৰ পাকচক্ৰত পেলাইছে ছাত্ৰী সকলক।

বিদ্যালয়ত সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সমান। সেয়ে বিদ্যালয়ে নিৰ্ধাৰণ কৰা বিদ্যালয়ৰ সাজ পৰিধান কৰিব লাগে।

ছাত্ৰ-ছাত্ৰী সকলৰ মনৰ পৰা ধৰ্মৰ বৈষম্য অনাতকৈ শিক্ষাৰ জ্ঞান হে অনা প্ৰয়োজন বুলি মন্তব্য ড০ শৰ্মাৰ।

Leave a Comment