বাৰে বাৰে হত্যাৰ ভাবুকি! বলিউডৰ ডাবাং চলমান খানক Y+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান…

নিউজ ডেস্কঃ বাৰে বাৰে হত্যাৰ ভাবুকি লাভ কৰাৰ পিছতে বলিউডৰ ডাবাং খানৰূপে পৰিচিত চলমান খানক ৱাই প্লাছ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে মুম্বাই ৰক্ষীয়ে।

উল্লেখ্য যে, অভিনেতাগৰাকীয়ে লৰেন্স বিষ্ণৈ গেঙৰ পৰা হত্যাৰ ভাবুকিভৰা পত্ৰ লাভ কৰাৰ পিছতে এই নিৰাপত্তা প্ৰদান কৰে মুম্বাই আৰক্ষীয়ে।

image 11
বাৰে বাৰে হত্যাৰ ভাবুকি! বলিউডৰ ডাবাং চলমান খানক Y+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান… 3

প্ৰণিধানযোগ্য যে, পাঞ্জাৱী গায়ক সিদ্ধু মুছাৱালাৰ নৃশংস হত্যাকাণ্ডৰ পিছতে হত্যাৰ ভাবুকি লাভ কৰিছিল অভিনেতা চলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানে।

image 12
বাৰে বাৰে হত্যাৰ ভাবুকি! বলিউডৰ ডাবাং চলমান খানক Y+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান… 4

পিতৃ-পুত্ৰই ভাবুকিভৰা পত্ৰ লাভ কৰাৰ পিছতে আত্ম সুৰক্ষাৰ বাবে মুম্বাই আৰক্ষীৰ ওচৰত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰিছিল চলমান খানে।

কিন্তু মহাৰাষ্ট্ৰৰ গৃহ পৰিক্ৰমা বিভাগে অভিনেতাগৰাকীক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিপৰীতে ৱাই প্লাছ শ্ৰেণীৰ নিৰাপত্তা বৃদ্ধি কৰে।