fbpx
অসম

বানৰ মাজতে অঘটন! মাছ মাৰিবলৈ গৈ সলিল সমাধি ৭৫ বছৰীয়া বৃদ্ধাৰ

মহানগৰীৰ সমীপৱৰ্তী ৰাণীত অঘটন।

ৰাণীৰ নামপাৰাৰ গাওঁৰ মাছ মাৰিবলৈ গৈ সলিল সমাধি ৭৫ বছৰীয়া বৃদ্ধাৰ।

শুকুৰবাৰে মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটিল সৰ্বেশ্বৰী নাথ নামৰ মহিলাগৰাকীৰ।

খেতি পথাৰত অবৈধভাৱে খন্দা প্ৰায় ১০-১৫ফুট দ’ গাঁতত পৰি সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

স্থানীয় ভূ-মাফিয়া বিশ্বজিৎ তালুকদাৰে খেতি পথাৰৰ মাজত দ দ পুখুৰী সদৃশ গাঁত খান্দি থোৱাৰ ফলতে বৃদ্ধাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ দুৰ্ভগীয়া পৰিয়ালৰ।

দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী ভুক্তভোগীৰ।

ঘটনাস্থলীত ৰাণী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!