fbpx
অসম

বাজাৰৰ মাজত দাওদাওকৈ জ্বলি উঠিল পালছাৰ বাইক, কথমপি প্ৰাণৰক্ষা চালকৰ…

এক ভয়ংকৰ ঘটনা।

বিজনী চহৰত হঠাতে দাওদাওকৈ জ্বলি উঠিল এখন বাজাজ পালছাৰ ১৮০ বাইক।

যান্ত্ৰিক বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ।

দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে চালকজনৰ।

বিজনীৰ পুৰণা গৰু বজাৰত সংঘটিত হৈছে এই ঘটনা।

বাইকখনৰ নম্বৰৰ এএছ২৬ বি২৫৪৬।

বাইকখনৰ আগফালৰ পৰা জুইৰ সূত্ৰপাত হোৱাত বাইকৰ পৰা নামি কথমপি প্ৰাণ ৰক্ষা কৰে চালকে।

অৱশেষত স্থানীয় ৰাইজৰ সহযোগত বাইকখনৰ জুই নিৰ্বাপন কৰা হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!