বহিঃৰাজ্যত চলন্ত ৰেলত হত্যাৰ বলি হ’ল CRPF কৰ্মৰত অসমৰ যুৱক…

বহিঃৰাজ্যত চলন্ত ৰেলত হত্যাৰ বলি হ’ল CRPF কৰ্মৰত অসমৰ যুৱক

যুৱক জনক কামৰূপৰ কুলহাটীৰ ভাস্কৰজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছে।

ছত্তিশগড়ত চি আৰ পি এফত কৰ্মৰত আছিল যুৱক জন।

চলন্ত ৰেলতে দুৰ্বৃত্তই হত্যা কৰিলে CRPF জোৱান জনক।

মাঘৰ বিহুৰ বাবে ছুটিলৈ ঘৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা৷

নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছত সংঘটিত হৈছে এই কাণ্ড৷

ছত্তিছগড়ৰ বিজাপুৰত কৰ্মৰত আছিল জোৱানজন৷

ৰাইগঞ্জত উদ্ধাৰ হৈছে CRPF জোৱান জনৰ মৃতদেহ৷

লগতে চাওকঃ

নাগালেণ্ডত কৰ্মৰত অৱস্থাত শােকাৱহ মৃত্যু অসমৰ নিতুলৰ

Leave a Comment