বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীঃ ২ আগষ্টলৈ মুষলধাৰ বৰষুণৰ সম্ভাৱনা…

ৰাজ্যত পুনৰ মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা।

এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আগজাননী।

৩১ জুলাইৰ পৰা ২ আগষ্টলৈ ৰাজ্যত বৰষুণ হোৱৰা সম্ভাৱনা ব্যক্ত কৰিছ বতৰ বিজ্ঞান কেন্দ্ৰই।

অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্য সমূহতো বৰষুণ হোৱৰা সম্ভাৱনা প্ৰকাশ কৰিছে।

বিশেষকৈ অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত বৰষুণ হোৱাৰ সম্ভৱানা ব্যক্ত কৰিছে।