বটদ্ৰৱা থানাত অগ্নিসংযোগ ঘটনাৰে জড়িত অন্যতম অভিযুক্ত ছফিকুল ইছলামক গ্ৰেপ্তাৰ…

আৰক্ষীৰ জালত বটদ্ৰৱা থানা জ্বলোৱা আন এগৰাকী অন্যতম অভিযুক্ত।

বটদ্ৰৱা থানাত অগ্নিসংযোগ ঘটনাৰে জড়িত অন্যতম অভিযুক্ত ছফিকুল ইছলামক গ্ৰেপ্তাৰ।

চাৰি মাহে পলাতক অৱস্থাত আছিল ছফিকুল ইছলাম।

G3 3
বটদ্ৰৱা থানাত অগ্নিসংযোগ ঘটনাৰে জড়িত অন্যতম অভিযুক্ত ছফিকুল ইছলামক গ্ৰেপ্তাৰ... 2

মৈৰাবাৰীৰ এটা ইটাভাটাত শ্ৰমিক হিচাপে কাম কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছফিকুলক।

মঙবাৰে নিশা নগাঁও আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় ধৃত ছফিকুল ইছলাম।

গ্ৰেপ্তাৰ হোৱা ছফিকুলৰ ঘৰ বটদ্ৰবা হাইডুবি ৰিজাৰ্ভত ৷

বৰ্তমান ছফিকুল ইছলামক নগাঁও সদৰ থানাত মাৰথান জেৰা চলাই থকা হৈছে ৷