অসম
প্ৰাক্তন অগপ বিধায়ক ৰবিন বনিক্যৰ দেহাৱসান…

প্ৰাক্তন অগপ বিধায়ক ৰবিন বনিক্যৰ দেহাৱসান।
অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল ৰবিন বনিক্য।
দীৰ্ঘদিন ধৰি অসুস্থ আছিল প্ৰাক্তন বিধায়কগৰাকীৰ।
আজি পুৱা প্ৰায় ৭:৩০ বজাত বঙাইগাঁওৰ এখন ব্যক্তিগত হাস্পতালত প্ৰাক্তন বিধায়ক গৰাকীৰ দেহাৱসান ঘটে।
প্ৰয়াত ৰবিন বনিক্য অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ পৰা ২ বাৰকৈ অগপ দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৭৭ বছৰ।