অসম
প্ৰসংগ- ১লাখ নিযুক্তিঃ ১৪ মে’ত ২৩ হাজাৰ নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে…

নিবনুৱাৰ বাবে ৰাজ্য চৰকাৰে আনিছে ভাল খবৰ!
১ লাখ নিৱনুৱাক নিযুক্তি প্ৰদানৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ।
ইয়াৰে অংশ হিচাপে অহা ১৪ মে’ত ২৩ হাজাৰ নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে।
স্বাস্থ্য, শিক্ষা আৰু গৃহ বিভাগত হ’ব এই বৃহৎ নিযুক্তি।
We have already embarked on fulfilling our promise of providing one Lakh jobs in Govt.Recruitment processes for various posts are in different https://t.co/u0dkWs1CCJ begin with, We will distribute 23000 appointment letters of Home,Health and Education Departments on 14 May,22
— Himanta Biswa Sarma (@himantabiswa) May 5, 2022
টুইটাৰযোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।