ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীলৈ সুখবৰ, ২০০ টকাকৈ কমিব চিলিণ্ডাৰৰ দাম…

সাধাৰণ জনতালৈ মোডী চৰকাৰৰ ডাঙৰ সকাহ।

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীলৈ ভাল খবৰ।

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ৯ কোটিৰো অধিক হিতাধিকাৰীক প্ৰতি গেছ চিলিণ্ডাৰত ৰাজসাহায্যৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

২০০ টকাকৈ কমিব চিলিণ্ডাৰৰ দাম।

বাছৰত ১২ টা চিলিণ্ডাৰলৈ ২০০ টকাকৈ লাভ কৰিব ৰেহাই।

Related Articles

Leave a Reply

Back to top button