পূব কােকৰাঝাৰঃ প্ৰমীলাৰাণী ব্ৰহ্মৰ শােচনীয় পৰাজয়, লৰেন্স ইছলাৰীৰ বৃহৎ জয়

May 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ভােটগণনাত পূব কােকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা শােচনীয় পৰাজয় হৈছে বিপিএফৰ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ।

ইপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ হাতত পৰাজিত হৈছে বিপিএফৰ জ্যেষ্ঠ নেত্ৰীগৰাকী।

উল্লেখ্য যে  ২੦ ৰাউণ্ড ভোটদানৰ গণনাৰ শেষ হোৱাৰ পিছত ইউ পি পি এলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে ৮২,৫৭৬ টা ভোট লাভ কৰিছে আৰু প্ৰমীলা ৰাণী ব্ৰহ্মই লাভ কৰিছে ৬২,৭৪২ টা ভোট লাভ কৰিছে।

উল্লেখ্য যে নিৰ্বাচন আয়ােগে এতিয়াও সমষ্টিটােৰ চূড়ান্ত ফলাফল ঘােষণা কৰা নাই।