অসম

পূজাৰ আনন্দৰ মাজতে আৰক্ষীৰ জালত অস্ত্ৰধাৰী যুৱক…

পূজাৰ আনন্দৰ মাজতে আৰক্ষীৰ জালত পৰিল অস্ত্ৰধাৰী যুৱক।

গোসাঁইগাঁৱত আৰক্ষীৰ জালত পৰিছে এজন অস্ত্ৰধাৰী যুৱক।

আটক হোৱা অস্ত্ৰধাৰীলোকজনৰ নাম মানোবাৰ হুছেইন।

২৯ ছেপ্টেম্বৰৰ এক গুলী চালনাৰ ঘটনাৰ তদন্তৰ অন্তত আটক কৰা হৈছে মানোবাৰ হুছেইনক।

২৯ ছেপ্টেম্বৰত দুৰ্বৃত্তৰ গুলীত আহত হৈছিল জহিৰুল ইছলাম নামৰ এজন লোক।

তেলীপাৰাত দুৰ্বৃত্তৰ গুলীত আহত হৈছিল জহিৰুল।

জানিব পৰা মতে আৰক্ষীয়ে সেৰফাংগুৰিত আত্মগোপন কৰি থকাৰ পৰা আৰক্ষীয়ে আটক কৰিছে মানোবাৰ হুছেইনক।

মানোবাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটি পিষ্টল আৰু দুটা সজীৱ গুলী।

Related Articles

Back to top button