পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি…

আজি ৰাজ্যজুৰি কৰ্মবিৰতি ঘোষণা ৰাজ্যিক কৰ্মচাৰীৰ।

NPSৰ বিৰোধিতাৰে এদিনীয়া কৰ্মবিৰতি পালন ৰাজ্যিক কৰ্মচাৰীৰ।

image 158
পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি... 3

পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত কৰ্মবিৰতিৰ আহ্বান কৰিছে সদৌ অসম এনপিএছ কৰ্মচাৰী সন্থাই।

ইতিমধ্যে এই আহ্বানৰ প্ৰতি সহাৰি জনাইছে ৰাজ্যৰ কৰ্মচাৰী সকলে।

image 159
পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি... 4

ৰাজ্যৰ প্ৰতিখন জিলাতে কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।

বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবীৰে ব্যাপক প’ষ্টাৰিং কৰি প্ৰতিবাদ সাবস্ত কৰিছে কৰ্মচাৰী সকলে।