পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য…

পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ।

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

ৰাজ সাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি।

প্ৰতিটো ১৪.২ কিলো ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িল ৫০ টকাকৈ।

উল্লেখ্য যে, ইতিমধ্যেই হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে চিলিণ্ডাৰৰ মূল্যই।